Search
24 C
en
  • Sign in / Join
  • Blog
  • Forums
  • Chat Online
Narshingbari News
Narshingbari Saddam Store
  • News
  • Fashion
    • All
    • LifeStyle
    • Sosial Media
    • Woman
    • Health & Fitness
  • Gagdet
    • Video
  • Lifestyle
  • Video
  • Featured
    • Home - Homepage
    • Home - Post Single
    • Home - Post Label
    • Home - Post Search
    • Home - Post Archive
    • Home - Eror 404
    • Changelog
      New
Narshingbari News
Search
Home Delhi Latest News National Desk দিল্লীৰ "কা" প্ৰতিবাদৰ সময়ত হোৱা হিংসাত নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি
Delhi Latest News National Desk

দিল্লীৰ "কা" প্ৰতিবাদৰ সময়ত হোৱা হিংসাত নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি

Saddam Hussain
Saddam Hussain
27 Feb, 2020 0 0
Facebook
Twitter
Telegram
WhatsApp
Delhi violence
নতুন দিল্লী :  দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতত আজি দ্বিতীয়টো দিন। আজিৰ পুৱাই ৰাজঘাটত উপস্থিত হৈ সপত্নীক জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণৰ সময়তে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ফৈদ আৰু সমৰ্থকৰ দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব। এই সংঘৰ্ষত এজন হেড কনিষ্টবলসহ প্ৰায় ৪ জন লোক নিহত হয়। ৰাজধানী দিল্লীৰ উত্তৰ-পূব অঞ্চলৰ জেফাৰাবাদ, মোজপুৰ, শ্বানবাগ, ভজনপুৰা আদি অঞ্চলত বিয়পি পৰে হিংসাত্মক ঘটনা।
Kamal Sharma, whose restaurant was burnt down during #DelhiViolence on Monday, narrates the ordeal. #NewsToday @sardesairajdeep pic.twitter.com/iJOVJ1N40m
— India Today (@IndiaToday) February 26, 2020
য’ত প্ৰতিবাদকাৰীসকলে জ্বলাই দিয়ে পেট্ৰ’ল পাম্প, দোকান-পোহাৰ আৰু বাহন। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই ভাৰতভ্ৰমণ কাৰ্যসূচীৰ মাজতে হোৱা হিংসাত্মক কাৰ্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। ইপিনে এই ঘটনাৰ পাছতে ৰাজধানী দিল্লীত এতিয়া কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। যাতে আজিৰ দিনটোত পুনৰ এনে হিংসাত্মক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিছে দিল্লী চৰকাৰে। আনহাতে উত্তৰ-পূব দিল্লীত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৮ টাকৈ চিআৰপিএফ বাহিনীক মোতায়েন কৰিছে ।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুপৰীয়া ১২ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী কেজৰিৱালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সমগ্ৰ ঘটনা সংক্ৰান্তত গৃহমন্ত্ৰীক অৱগত কৰা বুলি উল্লেখ কৰি পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে। উল্লেখ্য যে বৰ্তমান এই সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ১০ জন হৈছে।
Labels Delhi
Facebook
Twitter
Telegram
WhatsApp
Older Posts
Newer Posts
Saddam Hussain
Saddam Hussain Hi, I'm Saddam as the designer of this site and I really like to make web design, art and vectors

You may like these posts

Post a Comment

- Advertisment -
Responsive Advertisement
- Advertisment -
Responsive Advertisement

Stay Conneted

facebook Like
twitter Follow
youtube Subscribe

Featured Post

Myer Earning App আসল নাকি নকল | সম্পূর্ণ পর্যালোচনা

Saddam Hussain- Thursday, May 19, 2022 0
Myer Earning App আসল নাকি নকল | সম্পূর্ণ পর্যালোচনা
Myer earning App মায়ার আর্নিং অ্যাপ রিভিউ - Hello বন্ধুরা এবং আমাদের অফিসিয়াল ওয়েবসাইট www.narshingbari.online -এ স্বাগতম। আজকের পোস্টে, আমরা Myer Earning…

Most Popular

Live Updates

Watch Aajtak Live TV online anytime anywhere

Watch Aajtak Live TV online anytime anywhere

Friday, April 03, 2020
Coronavirus in India 7/24 Live Updates (COVID-19)

Coronavirus in India 7/24 Live Updates (COVID-19)

Saturday, March 28, 2020
Narshingbari Saddam's Notebook page

Narshingbari Saddam's Notebook page

Monday, December 27, 2021

Popular Post

Populart Categoris

  • Assam3
  • Latest News12
  • Live TV1
  • Live Updates1
  • North East2
  • Sports3
  • Video5
Narshingbari News

About Us

Narshingbari News Site is a No. 1 Web Media in North-East India. Maintained & Published by Saddam Hussain on behalf of Save Media Solution (A unit of Save). We always publish local and national news on this portal...

Contact us: Narshingbari@mail.com

Follow Us

© Narshingbari News by Narshingbari.online
  • About Us
  • Privacy
  • Send News
  • Contact Us